Nov 0
Nov 0

Calendar কেলেণ্ডাৰ

Calendar কেলেণ্ডাৰ শান্তনু ৰৌমূৰীয়া, চিত্ৰনাট্য, কেলেণ্ডাৰ   অৱশেষত সিদিনা হিমজ্যোতিৰ লগত বহি ‘কেলেণ্ডাৰ’ চালো। চিনেমাখনৰ লগত জড়িত বাকীখিনি সদস্যই ইতিমধ্যে চিনেমাখন লগে ভাগে চালে। অসমৰ বাহিৰত থকা বাবেই মই চিনেমাখনৰ দৃশ্যগ্রহণৰ সময়তো থাকিম বুলি ভাৱিও থাকিব নোৱাৰিলো আৰু এতিয়া বাকীসকলৰ লগত একেলগে চাব নোৱাৰি মনটো অকমান বেয়া লাগিছিল। সেই বাবেই সুবিধা পাই সিদিনা গুৱাহাটীৰ পেনপেনীয়া বৰষুণৰ মাজতে হিমজ্যোতিক […]

  Read more
Nov 0
Nov 0

এখন এড়ী চাদৰৰ কাহিনী

হিমজ্যোতি তালুকদাৰ, পৰিচালক, কেলেণ্ডাৰ   জানুৱাৰী মাহ। ঠেটুৱৈ লগা জাৰৰ সময়। আমাৰ Calendar কেলেণ্ডাৰ চিনেমাখনৰ শ্বুটিং চলি আছে। ৰাতিপুৱা সাত-আঠ মান বজাৰ পৰা শ্বুটিং আৰম্ভ হয় ৰাতি আঠ মান বজালৈ চলি থাকে। তাৰ পাছত নিশাৰ আহাৰ গ্ৰহণ কৰি নিজ নিজ বাসস্থানলৈ ৰাওনা হওঁ।   চিনেমাখনত যিহেতু চৰিত্ৰ খুবেই কম সেইবাবে কিছুমান নিৰ্জীৱ বস্তুও আমাৰ চিনেমা খনত একো একোটা চৰিত্ৰৰ দৰেই। […]

  Read more